দেশ

৩০ অক্টোবৰত CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ, প্ৰস্তুতি সম্পূৰ্ণ INDIA মিত্ৰজোঁটৰ

NewzNow · ২৯ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৩০ অক্টোবৰত প্ৰতীকী ‘ৰাজহুৱা অভিশংসন’ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে INDIA মিত্ৰজোঁটে।

২ / ৫

নতুন দিল্লী, ২৯ অক্টোবৰঃ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতীকী ‘ৰাজহুৱা অভিশংসন’ কাৰ্যসূচী অনুষ্ঠিত কৰিব INDIA মিত্ৰজোঁটে।

৩ / ৫

বৃহস্পতিবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নতুন দিল্লীৰ বাসগৃহত বিৰোধী দলসমূহৰ নেতাসকলে এখন বৈঠকত মিলিত হয়।

৪ / ৫

বৈঠকত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী ভদ্ৰা, জয়ৰাম ৰমেশ আৰু কে চি বেণুগোপালৰ লগতে তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ব্ৰায়েন, সমাজবাদী পাৰ্টিৰ হৰেন্দ্ৰ মালিক, ঝাৰখণ্ড মুক্তি মৰ্চাৰ মহুৱা মাজী আৰু…

৫ / ৫

বেংগালুৰুত সংবাদ মাধ্যমৰ আগত মল্লিকাৰ্জুন খাৰ্গেই কয় যে ‘ভোট চুৰি’ আৰু নিৰ্বাচন আয়োগৰ কাম-কাজক লৈ উত্থাপিত অভিযোগৰ প্ৰতিবাদ অব্যাহত থাকিব।

৩০ অক্টোবৰত CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ, প্ৰস্তুতি সম্পূৰ্ণ INDIA মিত্ৰজোঁটৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক