আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ ঘোষণা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ।
লিছবন, ৫ নৱেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে পৰ্তুগালৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে।
ৰোনাল্ডোৱে কয় যে পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ ৭ নম্বৰ জাৰ্ছীটো কেৱল তেওঁৰ নিজৰ নাছিল।
২০০৩ চনৰ ২০ আগষ্টত কাজাখস্তানৰ বিৰুদ্ধে খেলি আন্তঃৰাষ্ট্ৰীয় ফুটবলত অভিষেক ঘটাইছিল ৰোনাল্ডোৱে।
২০০৪ চনৰ ইউৰোপীয় প্ৰতিযোগিতাত গ্ৰীচৰ বিৰুদ্ধে তেওঁ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় গ’ল কৰিছিল।
newznow.in