অসম

নগাঁৱত ৰূপক শৰ্মাৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ!

NewzNow · ৫ নৱেম্বৰ ২০২৬

১ / ৫

নগাঁৱত ৰূপক শৰ্মাৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ!

২ / ৫

নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ ব্যক্তিগত সহায়ক বুলি পৰিচিত দিপাংকৰ শৰ্মাৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে।

৩ / ৫

নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত অৱস্থিত জুবিন উদ্যানৰ কাষত একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ম’ম’ আৰু বিভিন্ন ফাষ্টফুডৰ দোকান চলাই পৰিয়াল পোহপাল দি আহিছে।

৪ / ৫

ব্যৱসায়ীসকলৰ অভিযোগ অনুসৰি, বিধায়ক ৰূপক শৰ্মাৰ ব্যক্তিগত সহায়ক হিচাপে পৰিচিত দিপাংকৰ শৰ্মাৰ নিৰ্দেশত পৌৰসভাৰ কৰ্মচাৰী উচ্ছেদৰ বাবে উপস্থিত হয়।

৫ / ৫

নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ ব্যক্তিগত সহায়কৰ দাদাগিৰি।

নগাঁৱত ৰূপক শৰ্মাৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক