অসম

৬৫ বছৰীয়া মিনতী দেৱনাথৰ ৰহস্যজনক মৃত্যুৰ গোচৰত দুই ভগ্নীসহ ৩জন গ্ৰেপ্তাৰ

NewzNow · ৫ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

জাগীৰোডৰ ৬৫ বছৰীয়া মিনতী দেৱনাথৰ মৃত্যুৰ গোচৰত আছমা খাতুন আৰু জামিলা খাতুন নামৰ দুই ভগ্নীসহ তিনিজন লোকক গ্ৰেপ্তাৰ

২ / ৫

নগাঁও জিলাৰ জাজৰীত উদ্ধাৰ হোৱা ৬৫ বছৰীয়া মিনতী দেৱনাথৰ মৃতদেহৰ ঘটনাই লৈছে নতুন মোৰ।

৩ / ৫

জানিব পৰা মতে, জাগীৰোডৰ ঘুনুছা অঞ্চলৰ বাসিন্দা মিনতী দেৱনাথে যোৱা ৪ অক্টোবৰত ঘৰৰ পৰা স্থানীয় বজাৰলৈ গৈছিল।

৪ / ৫

পৰিয়ালৰ লোকে জাগীৰোড আৰক্ষীৰ কাষ চাপি মহিলাগৰাকী সন্ধানহীন হোৱা বুলি অভিযোগ দাখিল কৰে।

৫ / ৫

পৰিয়ালৰ লোকসকলে মহিলাগৰাকীৰ মৃত্যুক স্বাভাৱিক বুলি মানি লোৱা নাছিল।

৬৫ বছৰীয়া মিনতী দেৱনাথৰ ৰহস্যজনক মৃত্যুৰ গোচৰত দুই ভগ্নীসহ ৩জন গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক