অসম

প্ৰনৱ দলেৰ বিৰুদ্ধে ৰুজু হোৱা NSA গোচৰ খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

গৌহাটী উচ্চ ন্যায়ালয়ে ভূমি অধিকাৰ কৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত জাৰি কৰা আটকাদেশ বাতিল কৰিছে।

২ / ৫

গুৱাহাটী, ৬ নৱেম্বৰঃ ভূমি অধিকাৰ কৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন (NSA)ৰ অধীনত জাৰি কৰা আটকাদেশ বাতিল কৰিছে গৌহাটী উচ্চ ন্যায়ালয়ে।

৩ / ৫

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত প্ৰস্তাৱিত বিলাসী হোটেল প্ৰকল্পৰ বিৰোধিতাৰে হোৱা প্ৰতিবাদৰ সৈতে জড়িত এটা গোচৰত ১২ জুলাইত প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰা…

৪ / ৫

২৯ জুলাইত এখন সত্ৰ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল।

৫ / ৫

চৰকাৰী জাননী অনুসৰি, প্ৰণৱ দলেৰ বিৰুদ্ধে ১৩টা গোচৰ ৰুজু হৈছিল।

প্ৰনৱ দলেৰ বিৰুদ্ধে ৰুজু হোৱা NSA গোচৰ খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক