অসম

১২ নৱেম্বৰত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প! OMCৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা পেট্ৰ’ল ডিলাৰ সন্থাৰ

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

পেট্ৰ’লিয়াম ডিলাৰ সন্থাৰ Greater Guwahati Unit-এ OMCৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ১২ নৱেম্বৰত ২৪ ঘণ্টীয়া প্ৰতিবাদী বন্ধৰ ঘোষণা কৰিছে।

২ / ৫

১২ নৱেম্বৰত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প!

৩ / ৫

পেট্ৰ’ল ডিলাৰসকলৰ অভিযোগ, Oil Marketing Companiesৰ সৈতে বিভিন্ন বিষয়ক লৈ দীৰ্ঘদিন ধৰি মতানৈক্য চলি আহিছে।

৪ / ৫

এই সমস্যাসমূহৰ সমাধানৰ দাবীত প্ৰতিবাদৰ পথ গ্ৰহণ কৰিছে ডিলাৰ সন্থাই।

৫ / ৫

সন্থাৰ সিদ্ধান্ত অনুসৰি, ১২ নৱেম্বৰত ২৪ ঘণ্টাৰ বাবে বন্ধ পালন কৰা হ’ব।

১২ নৱেম্বৰত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প! OMCৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা পেট্ৰ’ল ডিলাৰ সন্থাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক