দেশ

ভূটানত হিমবাহৰ হ্ৰদত বিস্ফোৰণ, সংকোশ নৈৰ লগতে নামনি অসমত সতৰ্কবাণী জাৰি

NewzNow · ৩০ অক্টোবৰ ২০২৬

১ / ৫

ভূটানৰ চিন্তাফু হ্ৰদত পানী ওফন্দি ওলাই অহাৰ খবৰ পোৱাৰ পাছতে পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ সংকোশ নৈৰ পাৰৰ বাসিন্দাসকলক সতৰ্ক কৰা হৈছে।

২ / ৫

গুৱাহাটী, ৩০ অক্টোবৰ: চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত এটা হিমবাহৰ হ্ৰদৰ পানী ওফন্দি ওলাই অহাৰ খবৰে সংকোশ নৈৰ নামনি অঞ্চলত সম্ভাব্য বানক লৈ উদ্বেগ সৃষ্টি কৰিছে।

৩ / ৫

প্ৰকাশিত প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ভূটানৰ গাছা জিলাৰ লায়া অঞ্চলত ৱাকিলা পৰ্বতৰ তলত অৱস্থিত চিন্তাফু হ্ৰদত পানী ওফন্দি ওলাই অহাৰ খবৰ পোৱা যায়।

৪ / ৫

প্ৰতিবেদনত উল্লেখ কৰা মতে, ভূটানৰ সম্ভাব্য বিপজ্জনক হিমবাহৰ হ্ৰদসমূহৰ ভিতৰত এই হ্ৰদটোও আছে।

৫ / ৫

পশ্চিমবংগৰ বনমন্ত্ৰী তথা কুমাৰগ্ৰামৰ বিধায়ক মনোজ কুমাৰ ওৰাওঁৱে সংকোশ নৈৰ পাৰৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনায়।

ভূটানত হিমবাহৰ হ্ৰদত বিস্ফোৰণ, সংকোশ নৈৰ লগতে নামনি অসমত সতৰ্কবাণী জাৰি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক