দেশ

হায়দৰাবাদত পাঁচ অসমীয়াৰ গাঞ্জা সৰবৰাহৰ চক্ৰ উৎখাত, ভাস্কৰ হাজৰিকা মূল মাষ্টাৰ মাইণ্ড

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

হায়দৰাবাদত অসমৰ পাঁচজন লোক জড়িত থকা বুলি অভিযোগ উঠা গাঞ্জা সৰবৰাহৰ চক্ৰ উৎখাত।

২ / ৫

১০ মাহত প্ৰায় ৪০০ কিলোগ্ৰাম গাঞ্জা সৰবৰাহ কৰি ১.৮ কোটি টকাৰ বিক্ৰী কৰিছিল বুলি হায়দৰাবাদ আৰক্ষীৰ EAGLE বাহিনীয়ে অভিযোগ কৰিছে।

৩ / ৫

হায়দৰাবাদ: আটক হোৱা লোককেইজনৰ ভিতৰত ভাস্কৰ হাজৰিকা নামৰ ৩১ বছৰীয়া লোকজনক এই সৰবৰাহ চক্ৰটোৰ মূল হোতা বুলি আৰক্ষীয়ে দাবী কৰিছে।

৪ / ৫

আটক হোৱা আন চাৰিজন হৈছে বাবু বৰা, নিৰ্মল হাজৰিকা, প্ৰাঞ্জল দত্ত আৰু অকণ ৰাজবংশী।

৫ / ৫

তদন্তৰ সূত্ৰপাত হৈছিল ২৭ আগষ্টত।

হায়দৰাবাদত পাঁচ অসমীয়াৰ গাঞ্জা সৰবৰাহৰ চক্ৰ উৎখাত, ভাস্কৰ হাজৰিকা মূল মাষ্টাৰ মাইণ্ড

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক