উত্তৰাখণ্ডৰ বদৰীনাথৰ পৰা দেৰাদুনলৈ উভতি অহা এখন হেলিকপ্টাৰ চামোলী জিলাত নিখোজ হৈছে।
ডেৰাডুন, ৩০ অক্টোবৰ: উত্তৰাখণ্ডৰ চামোলী জিলাৰ জোশীমঠৰ সমীপত এখন যাত্ৰীবাহী হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে।
প্ৰাথমিক তথ্য অনুসৰি, হেলিকপ্টাৰখন Trans Bharat Aviation নামৰ প্ৰতিষ্ঠানটোৱে পৰিচালনা কৰিছিল।
প্ৰতিকূল বতৰে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি কৰে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়েও হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কথা নিশ্চিত কৰিছে।
newznow.in