মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নতুনকৈ অতিৰিক্ত চাৰ্জশ্বিট দিব লাগিব।
গুৱাহাটী, ৬ নৱেম্বৰ: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তসকলৰ জামিন আবেদনৰ শুনানি ৩০ নৱেম্বৰলৈ পিছুৱাই দিয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ…
এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত তেওঁৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ কৰাৰ প্ৰসংগত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি অখিল গগৈয়ে কয় যে তেওঁলোকে আদালত বা ন্যায়পালিকাৰ বিৰুদ্ধে…
অখিল গগৈয়ে অভিযোগ কৰে যে জুবিন গাৰ্গৰ নাম উত্থাপন হ’লেই মুখ্যমন্ত্ৰীয়ে অস্বস্তি প্ৰকাশ কৰে আৰু ন্যায়ৰ প্ৰশ্নৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে।
বিধায়কগৰাকীয়ে লগতে দাবী কৰে যে গোচৰটোৰ তদন্তত অধিক অনুসন্ধানৰ প্ৰয়োজন আছে।
newznow.in