ক্ৰীড়া

১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীক দলৰ কেপ্তেইন দায়িত্ব...

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

২০২৬-২৭ বৰ্ষৰ ছৈয়দ মুস্তাক আলী ট্ৰফীৰ প্ৰথম দুখন মেচৰ বাবে বিহাৰ দলৰ অধিনায়ক নিযুক্ত হৈছে বৈভৱ সূৰ্যবংশী।

২ / ৫

আই পি এলত নিজৰ বিস্ফোৰক বেটিঙেৰে চৰ্চা লাভ কৰা কিশোৰ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীক বিহাৰৰ ছিনিয়ৰ ক্ৰিকেট দলৰ অধিনায়ক নিযুক্তি দিয়া হৈছে।

৩ / ৫

বিহাৰ ক্ৰিকেট এছ’চিয়েচনে শুকুৰবাৰে ১৭ জনীয়া দল ঘোষণা কৰে।

৪ / ৫

বিহাৰে ১৪ নৱেম্বৰত ইন্দোৰত সৌৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব।

৫ / ৫

বৈভৱে ২০২৬ চনৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ ১৬টা ইনিংছত ৭৭৬ ৰান সংগ্ৰহ কৰিছিল।

১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীক দলৰ কেপ্তেইন দায়িত্ব...

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক