আদালতত বংগ কন্যা তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

  • এইবাৰ আন এক ৰূপত দেখা গ’ল মমতা বেনাৰ্জীক
  • আদালতত বংগ কন্যা তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
  • অভিযুক্ত হিচাপে নহয়, অধিবক্তা হিচাপে আদালতত মমতা বেনাৰ্জী
  • ক'লা কোট পৰিধান কৰি কলকাতা উচ্চ ন্যায়ালয়ত উপস্থিত
  • নিৰ্বাচনৰ পাছৰ হিংসা সন্দৰ্ভত আদালতত যুক্তি দিবলৈ উপস্থিত দিদি
  • মুখ্যমন্ত্ৰীৰ আসন হেৰুওৱাৰ পাছত অধিবক্তা ৰূপত আত্মপ্ৰকাশ মমতা বেনাৰ্জীৰ
  • ইয়াৰ পূৰ্বেও সৰ্বোচ্চ ন্যায়ালয়ত অধিবক্তাৰ ৰূপত দেখা গৈছিল দিদিক
  • আজি মমতা বেনাৰ্জীয়ে যুক্তি প্ৰদৰ্শন কৰিলে আদালতত

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *