IPL ২০২৭ৰ পূৰ্বে Mumbai Indiansৰ অধিনায়কত্ব পুনৰ ৰোহিত শৰ্মাৰ হাতলৈ যোৱাৰ সম্ভাৱনা।
যোৱা ছিজনত হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত Mumbai Indiansৰ প্ৰদৰ্শন আছিল হতাশাজনক।
ইয়াৰ বিপৰীতে, ৰোহিত শৰ্মাৰ অধিনায়কত্বত Mumbai Indiansে পাঁচবাৰ IPL খিতাপ জয় কৰিছে।
চৰ্চা অনুসৰি, যোৱা ছিজনতে দল পৰিচালনাই হাৰ্দিকৰ পৰিৱৰ্তে ৰোহিতক পুনৰ অধিনায়কত্ব দিয়াৰ কথা চিন্তা কৰিছিল।
আনহাতে, হাৰ্দিক পাণ্ডিয়াৰ দল সলনিৰ সম্ভাৱনাক লৈও চৰ্চা অব্যাহত আছে।
newznow.in