অসম

আজি অসমৰ ইতিহাসৰ অন্যতম ক’লা দিন ৩০ অক্টোবৰ !১৮ সংখ্যক বৰ্ষপূৰ্তিত উকা হৈ ৰ'ল গণেশগুৰিৰ স্মৃতিসৌধ

NewzNow · ৩০ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত অসমত ৮৮গৰাকী লোকৰ মৃত্যু আৰু পাঁচ শতাধিক লোক আহত হৈছিল।

২ / ৫

গুৱাহাটী, ৩০ অক্টোবৰ: আজি অসমৰ ইতিহাসৰ অন্যতম ক’লা দিন ৩০ অক্টোবৰ।

৩ / ৫

কিন্তু ১৮ বছৰ পাৰ হোৱাৰ পিছতো সেই বিভীষিকাময় দিনটোৰ স্মৃতি বহন কৰি থকা গণেশগুৰিৰ স্মৃতিসৌধত আজি দেখা নগ’ল কোনো বিশেষ স্মৃতিচাৰণৰ আয়োজন।

৪ / ৫

এটা সময়ত যি স্থানত নিহতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছিল, আজি সেই স্থানতেই দেখা গ’ল এক নীৰৱ পৰিৱেশ।

৫ / ৫

আনহাতে, ২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত তথা প্ৰাক্তন NDFB নেতা ৰঞ্জন দৈমাৰীক লৈও সময়ে সময়ে চৰ্চা অব্যাহত আছে।

আজি অসমৰ ইতিহাসৰ অন্যতম ক’লা দিন ৩০ অক্টোবৰ !১৮ সংখ্যক বৰ্ষপূৰ্তিত উকা হৈ ৰ'ল গণেশগুৰিৰ স্মৃতিসৌধ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক