অসম

বঙাইগাঁৱত ৪ সন্দেহজনক বাংলাদেশী নাগৰিকক আটক

NewzNow · ৭ নৱেম্বৰ ২০২৬

১ / ৫

বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ সমীপত বঙাইগাঁও আৰক্ষী আৰু ৰে’লৱে আৰক্ষীৰ যুটীয়া অভিযানত চাৰিজন লোকক আটক কৰা হৈছে।

২ / ৫

বঙাইগাঁও: বঙাইগাঁও ৰে'ল ষ্টেচনৰ সমীপত আৰক্ষীৰ অভিযানত চাৰিজন লোকক আটক কৰা হৈছে।

৩ / ৫

বঙাইগাঁও আৰক্ষী আৰু ৰে'ল আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই লোককেইজনক আটক কৰে।

৪ / ৫

অৱশ্যে লোককেইজনৰ নাগৰিকত্বৰ আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।

৫ / ৫

লোককেইজন বাংলাদেশৰ নাগৰিক বুলি সন্দেহ কৰা হৈছে।

বঙাইগাঁৱত ৪ সন্দেহজনক বাংলাদেশী নাগৰিকক আটক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক