অসম

৯ নৱেম্বৰত কামৰূপ মহানগৰত স্থানীয় বন্ধ ঘোষণা

NewzNow · ৭ নৱেম্বৰ ২০২৬

১ / ৫

দীপাৱলী উপলক্ষে ৯ নৱেম্বৰ, সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে।

২ / ৫

গুৱাহাটী, ৭ নৱেম্বৰঃ দীপাৱলী উপলক্ষে ৯ নৱেম্বৰ, সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে।

৩ / ৫

সাধাৰণ প্ৰশাসন বিভাগে অসমৰ ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি এই বন্ধ ঘোষণা কৰি জাননী জাৰি কৰিছে।

৪ / ৫

জাননী অনুসৰি, কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সকলো ৰাজ্য চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান এই বন্ধৰ আওতাত পৰিব।

৫ / ৫

এইবাৰ ৮ নৱেম্বৰ, দেওবাৰে দীপাৱলী উদ্‌যাপন কৰা হ’ব।

৯ নৱেম্বৰত কামৰূপ মহানগৰত স্থানীয় বন্ধ ঘোষণা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক