জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে আজি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ।
গুৱাহাটী, ৩০ অক্টোবৰ: জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ।
উল্লেখ্য যে, যোৱা ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অমৃতপ্ৰভা মহন্তক জামিন প্ৰদান কৰিছিল।
ইয়াৰ পূৰ্বে ১৮ অক্টোবৰত অসম আৰক্ষীৰ CIDৰ বিশেষ সঞ্চালক প্ৰধান মুনা প্ৰসাদ গুপ্তাই সংবাদমেলযোগে জনাইছিল যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত দুগৰাকী অভিযুক্ত—অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ…
ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়াইও অমৃতপ্ৰভাৰ জামিনৰ নিৰ্দেশত কেতবোৰ অসংগতি থকা বুলি মত প্ৰকাশ কৰিছিল।
newznow.in