উত্তৰ-পূৰ্বাঞ্চল

ধুবুৰীত আটক ৩৬জন সন্দেহযুক্ত বাংলাদেশী নাগৰিক! কৰিছিল চেন্নাইলৈ যোৱাৰ পৰিকল্পনা

NewzNow · ৩০ অক্টোবৰ ২০২৬

১ / ৫

ধুবড়িৰ জোগামায়া ফেৰীঘাটত বিশেষ অভিযানত ৩৬ জন পুৰুষক আটক কৰিছে পুলিচে।

২ / ৫

ধুবুৰী, ৩০ অক্টোবৰ: ধুবুৰী জিলাৰ যোগমায়া ফেৰীঘাটত আৰক্ষীৰ এক বিশেষ অভিযানত ৩৬জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰা হৈছে।

৩ / ৫

আৰক্ষীয়ে জনোৱা মতে, নাওখনত প্ৰায় ১২০জন যাত্ৰী আছিল।

৪ / ৫

আটক কৰা লোককেইজনক ধুবুৰী আৰক্ষী ৰিজাৰ্ভলৈ লৈ গৈ জেৰা চলোৱা হৈছে।

৫ / ৫

প্ৰাথমিক জেৰাত আটক লোককেইজনে বাংলাদেশৰ ৰাজশাহী জিলাৰ চাঁপাইনৱাবগঞ্জ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

ধুবুৰীত আটক ৩৬জন সন্দেহযুক্ত বাংলাদেশী নাগৰিক! কৰিছিল চেন্নাইলৈ যোৱাৰ পৰিকল্পনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক