অসম

অৱশেষত বেদখলমুক্ত হোৱাৰ পথত ঐতিহাসিক যমুনা; উচ্ছেদ অভিযান আৰম্ভ শিৱসাগৰ প্ৰশাসনৰ

NewzNow · ৭ নৱেম্বৰ ২০২৬

১ / ৫

শিৱসাগৰৰ ঐতিহাসিক যমুনা খাৱৈ বেদখলমুক্ত কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে।

২ / ৫

শিৱসাগৰ: অৱশেষত বেদখলমুক্ত কৰাৰ লক্ষ্যৰে ঐতিহাসিক যমুনা খাৱৈত উচ্ছেদ অভিযান আৰম্ভ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে।

৩ / ৫

উল্লেখ্য যে, ঐতিহাসিক যমুনা খাৱৈৰ মুঠ ভূমিৰ পৰিমাণ আছিল ১২০ বিঘা ১ কঠা ৯ লোচা।

৪ / ৫

যমুনা খাৱৈৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰা ঘৰ, শৌচাগাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদৰ লক্ষ্য লৈছে প্ৰশাসনে।

৫ / ৫

দীৰ্ঘদিন ধৰি ঐতিহাসিক যমুনা খাৱৈৰ বেদখল উচ্ছেদৰ দাবী জনাই আহিছিল টাই আহোম ছাত্ৰ সন্থাই।

অৱশেষত বেদখলমুক্ত হোৱাৰ পথত ঐতিহাসিক যমুনা; উচ্ছেদ অভিযান আৰম্ভ শিৱসাগৰ প্ৰশাসনৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক