অসম

বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ, শিৱসাগৰত আৰক্ষী-আছু কৰ্মীৰ মাজত হতাহতি

NewzNow · ৭ নৱেম্বৰ ২০২৬

১ / ৫

বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আছুৱে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে।

২ / ৫

গুৱাহাটী: বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই (আছু)।

৩ / ৫

শিৱসাগৰ নগৰৰ ফুকন নগৰস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কৰ্মীসকলে।

৪ / ৫

ইফালে, মৰিগাঁৱতো আছুৰ মৰিগাঁও সদৰ গোটৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

৫ / ৫

বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।

বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ, শিৱসাগৰত আৰক্ষী-আছু কৰ্মীৰ মাজত হতাহতি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক