ক্ৰীড়া

দ্বিতীয় এদিনীয়াত ভাৰতৰ ৪ ৰানৰ জয়

NewzNow · ৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

দ্বিতীয় এদিনীয়াত নিউজিলেণ্ডক ১৩৪ ৰানত অলআউট কৰাৰ পাছত ডিএলএছ পদ্ধতিত ৪ ৰানত জয়ী হয় ভাৰত।

২ / ৫

ৱেলিংটন: বৰ্ষা বিঘ্নিত দ্বিতীয় এদিনীয়াত নিউজিলেণ্ডক ডিএলএছ পদ্ধতিত ৪ ৰানত পৰাস্ত কৰিছে ভাৰতে।

৩ / ৫

১৩৫ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নামি বৰষুণ আৰম্ভ হোৱাৰ সময়ত ভাৰতে ৭ উইকেটত ১১৩ ৰান সংগ্ৰহ কৰিছিল।

৪ / ৫

ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক ৩০ ৰান কৰে।

৫ / ৫

ইয়াৰ পূৰ্বে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱা ভাৰতীয় দলটোৱে নিউজিলেণ্ডক ১৩৪ ৰানতে অলআউট কৰে।

দ্বিতীয় এদিনীয়াত ভাৰতৰ ৪ ৰানৰ জয়

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক