আজি বাক্সা জিলাৰ ২৩সংখ্যক জিলা দিৱস।
মুছলপুৰ, ৩০ অক্টোবৰ: আজি বাক্সা জিলাৰ ২৩সংখ্যক জিলা দিৱস।
‘সুস্থ বাক্সা’ শীৰ্ষক সমদলেৰে আৰম্ভ হয় জিলা দিৱসৰ কাৰ্যসূচী।
সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী কাৰ্যসূচীৰে সামৰণি পৰিব জিলা দিৱসৰ উদযাপন।
উল্লেখ্য যে, ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বিটিচি চুক্তিৰ আধাৰত বাক্সা জিলা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।
newznow.in