অসম

ভেৰগাঁৱত চোৰৰ উপদ্ৰৱ! বিদ্যালয়ৰ গেট আৰু কোঠাৰ তলা ভাঙি লক্ষাধিক টকাৰ সামগ্ৰী লুট

NewzNow · ৭ নৱেম্বৰ ২০২৬

১ / ৫

ডিমাকুছিৰ শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰে গেট আৰু কোঠাৰ তলা ভাঙি দুটা ইনভাৰ্টাৰৰ বেটাৰী, চিচিটিভিৰ মনিটৰসহ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগ।

২ / ৫

ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত চোৰৰ উপদ্ৰৱে আতংকৰ সৃষ্টি কৰিছে।

৩ / ৫

কেতিয়াবা দিনৰ পোহৰতে বাইক, গৰু আৰু ম’বাইল ফোন চুৰি হোৱাৰ বিপৰীতে কেতিয়াবা নিশা বিদ্যালয়ত প্ৰৱেশ কৰি লুটপাত চলাইছে চোৰৰ দলে।

৪ / ৫

শুকুৰবাৰে নিশা ডিমাকুছিৰ শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হয় চুৰিৰ ঘটনা।

৫ / ৫

চুৰি হোৱা সামগ্ৰীৰ ভিতৰত আছে দুটাকৈ ইনভাৰ্টাৰৰ বেটাৰী, চিচিটিভিৰ মনিটৰসহ বহু মূল্যৱান সামগ্ৰী।

ভেৰগাঁৱত চোৰৰ উপদ্ৰৱ! বিদ্যালয়ৰ গেট আৰু কোঠাৰ তলা ভাঙি লক্ষাধিক টকাৰ সামগ্ৰী লুট

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক