দেশ

‘মোৰ বুকুৰ ওপৰেৰে বুলড’জাৰ চলাই দেখুৱাওক’, বিজেপিক প্ৰত্যাহ্বান মমতা বেনাৰ্জীৰ

NewzNow · ৭ নৱেম্বৰ ২০২৬

১ / ৫

অভিষেক বেনাৰ্জীৰ বাসগৃহত বিজেপি সমৰ্থিত লোকৰ আক্ৰমণৰ অভিযোগ উত্থাপন কৰি বিজেপিক প্ৰত্যাহ্বান জনাইছে মমতা বেনাৰ্জীয়ে।

২ / ৫

কলকাতা, ৭ নৱেম্বৰঃ তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ বাসগৃহত আক্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি পশ্চিমবংগৰ ৰাজনীতিত নতুনকৈ উত্তেজনাৰ সৃষ্টি হৈছে।

৩ / ৫

অভিষেক বেনাৰ্জীৰ বাসগৃহ পৰিদৰ্শন কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত মমতা বেনাৰ্জীয়ে কয়, “আপোনালোকৰ কিমানখন বুলড’জাৰ আছে?

৪ / ৫

অভিষেক বেনাৰ্জীয়ে অভিযোগ কৰা মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত কালিঘাট ৰোডত থকা তেওঁৰ বাসগৃহত বিজেপি সমৰ্থিত দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলায়।

৫ / ৫

ইফালে, কালিঘাটত দীৰ্ঘদিন ধৰি অনুষ্ঠিত হৈ অহা কেইবাখনো কালীপূজাৰ অনুমতি বাতিল কৰা হৈছে বুলি অভিযোগ কৰে মমতা বেনাৰ্জীয়ে।

‘মোৰ বুকুৰ ওপৰেৰে বুলড’জাৰ চলাই দেখুৱাওক’, বিজেপিক প্ৰত্যাহ্বান মমতা বেনাৰ্জীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক