অসম

যমুনাত উচ্ছেদ অভিযান আৰম্ভ, সম্পূৰ্ণ বেদখলমুক্তকৰণৰ দাবী আটাছু

NewzNow · ৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

শিৱসাগৰৰ ঐতিহাসিক যমুনা খাৱৈত উচ্ছেদ অভিযান আৰম্ভ হৈছে।

২ / ৫

শিৱসাগৰ, ৭ নৱেম্বৰ: ঐতিহাসিক যমুনাৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে শনিবাৰে পুৱাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে।

৩ / ৫

যমুনাৰ ভূমিত নিৰ্মাণ কৰা বাসগৃহ, শৌচাগাৰ, দেৱাল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

৪ / ৫

আটাছুৰ দাবী অনুসৰি, যমুনাৰ মুঠ ভূমিৰ পৰিমাণ ১২০ বিঘা ১ কঠা ৯ লোচা।

৫ / ৫

পুনৰ বেদখল ৰোধৰ বাবে যমুনাৰ দুয়োপাৰে গাৰ্ডৱাল নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈও সংগঠনটোৱে চৰকাৰক আহ্বান জনাইছে।

যমুনাত উচ্ছেদ অভিযান আৰম্ভ, সম্পূৰ্ণ বেদখলমুক্তকৰণৰ দাবী আটাছু

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক