অসম

৮০০ টকা ন্যূনতম মজুৰিৰ দাবীত ২ নৱেম্বৰত ৰাজ্যজুৰি শ্ৰমিকৰ প্ৰতিবাদ, অচল কৰিব শ্ৰম বিভাগৰ কাৰ্যালয়!

NewzNow · ৩০ অক্টোবৰ ২০২৬

১ / ৫

২ নৱেম্বৰত অসমৰ প্ৰতিখন জিলাৰ শ্ৰম বিভাগৰ কাৰ্যালয়ৰ সন্মুখত CITU নেতৃত্বাধীন শ্ৰমিক সংগঠনৰ অৱস্থান ধৰ্মঘট।

২ / ৫

গুৱাহাটী, ৩০ অক্টোবৰ: অসমৰ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি আৰু সামাজিক সুৰক্ষাৰ দাবীত অহা ২ নৱেম্বৰত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব চি আই টি ইউ (CITU) নেতৃত্বাধীন শ্ৰমিক সংগঠনসমূহে।

৩ / ৫

বিজেপি চৰকাৰ আৰু শ্ৰম বিভাগৰ শ্ৰমিকবিৰোধী নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি এক বিবৃতিত উল্লেখ কৰিছে CITUয়ে।

৪ / ৫

শ্ৰমিক সংগঠনসমূহে দৈনিক ন্যূনতম মজুৰি ৮০০ টকা নিৰ্ধাৰণ কৰি চৰকাৰী জাননী প্ৰকাশ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৬৬১ টকা কৰা আৰু অসমত শ্ৰম কোডৰ প্ৰয়োগ বন্ধ ৰখাৰ দাবী জনাইছে।

৫ / ৫

ইয়াৰ উপৰি পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকসকলৰ কল্যাণমূলক সুবিধা লাভৰ ক্ষেত্ৰত থকা জটিলতা আঁতৰ কৰা, অংগনৱাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলক শ্ৰমিক হিচাপে স্বীকৃতি দি মাননিৰ…

৮০০ টকা ন্যূনতম মজুৰিৰ দাবীত ২ নৱেম্বৰত ৰাজ্যজুৰি শ্ৰমিকৰ প্ৰতিবাদ, অচল কৰিব শ্ৰম বিভাগৰ কাৰ্যালয়!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক