ৰাজনীতি

কিয় প্ৰধানমন্ত্ৰীৰ আসনত বহা নাছিল ছোনীয়া গান্ধী ? ২২ বছৰ পাছত ক'লে নিজ মুখে

NewzNow · ৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

২০০৪ চনত ইউপিএৰ জয়ৰ পিছত প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ থাকিলেও ছোনিয়া গান্ধীয়ে সেই পদ গ্ৰহণ কৰা নাছিল।

২ / ৫

নতুন দিল্লী, ৭ নৱেম্বৰঃ ২০০৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে জয়লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিছিল ছোনিয়া গান্ধীয়ে।

৩ / ৫

ব্ৰিটিছ সংবাদপত্ৰ ‘দ্য গাৰ্ডিয়ান’ক দিয়া এক সাক্ষাৎকাৰত ছোনিয়া গান্ধীয়ে কয় যে তেওঁ আগৰে পৰাই স্পষ্ট সিদ্ধান্ত লৈছিল—কেতিয়াও প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰে।

৪ / ৫

২০০৪ চনৰ নিৰ্বাচনত কংগ্ৰেছ সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত ইউপিএ চৰকাৰ গঠনৰ পথ মুকলি হৈছিল।

৫ / ৫

ইয়াৰ পূৰ্বে ২০০৮ চনত এক সাক্ষাৎকাৰত প্ৰিয়ংকা গান্ধীয়েও কৈছিল যে তেওঁ আৰু ৰাহুল গান্ধী—দুয়োজনে বিচৰা নাছিল যে তেওঁলোকৰ মাতৃ প্ৰধানমন্ত্ৰী হওক।

কিয় প্ৰধানমন্ত্ৰীৰ আসনত বহা নাছিল ছোনীয়া গান্ধী ? ২২ বছৰ পাছত ক'লে নিজ মুখে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক