ক্ৰীড়া

চৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে অসম দল ঘোষণা, অধিনায়ক ডেনিছ দাস

NewzNow · ৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

চৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে ১৬জনীয়া অসম দল ঘোষণা।

২ / ৫

গুৱাহাটী, ৭ নৱেম্বৰঃ আগন্তুক চৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ প্ৰতিযোগিতাৰ বাবে ১৬জনীয়া অসম দল ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই।

৩ / ৫

ঘোষিত দলটোত ডেনিছ দাসক অধিনায়ক আৰু চাহিল জৈনক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে।

৪ / ৫

ইফালে, নজনীয়া ষ্টেণ্ডবাই তালিকাত আছে নিহাৰ ডেকা, সঞ্জয় কুমাৰ সিং, এৰিক ৰয় (উইকেটকীপাৰ), অম্লানজ্যোতি দাস, ছাদেক হুছেইন, ৰাহুল সিং, গুঞ্জনজ্যোতি ডেকা, জিতু আলী আৰু নিপন ডেকা।

৫ / ৫

দলটোৰ সহযোগী কৰ্মচাৰীসকলৰ ভিতৰত মেনেজাৰ হিচাপে থাকিব সুজিত চৌধুৰী।

চৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে অসম দল ঘোষণা, অধিনায়ক ডেনিছ দাস

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক