অসম

দীপাৱলীৰ পিছদিনা কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

দীপাৱলী উপলক্ষে ৯ নৱেম্বৰ, সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে।

২ / ৫

এই সন্দৰ্ভত ৰাজ্যপালৰ নিৰ্দেশমৰ্মে সাধাৰণ প্ৰশাসন বিভাগে ইতিমধ্যে অধিসূচনা জাৰি কৰিছে।

৩ / ৫

আনহাতে, ৯ নৱেম্বৰত বিত্তীয় প্ৰতিষ্ঠানসমূহো বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

৪ / ৫

উল্লেখ্য যে, এইবাৰ ৮ নৱেম্বৰ, দেওবাৰে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হ'ব।

৫ / ৫

সেইদিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ লগতে বিত্তীয় প্ৰতিষ্ঠানসমূহো বন্ধ থাকিব।

দীপাৱলীৰ পিছদিনা কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক