দেশ

২০২৭ত BJP জিকিলে উত্তৰ প্ৰদেশত UCC বলৱৎ কৰিম: অমিত শ্বাহ

NewzNow · ৩০ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

২০২৭ৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত BJP পুনৰ ক্ষমতালৈ আহিলে UCC বলৱৎ কৰাৰ প্ৰতিশ্ৰুতি দিছে অমিত শ্বাহে।

২ / ৫

লক্ষ্ণৌ, ৩০ অক্টোবৰ: ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত BJP পুনৰ ক্ষমতালৈ আহিলে ৰাজ্যখনত Uniform Civil Code (UCC) বলৱৎ কৰা হ’ব।

৩ / ৫

বৈঠকত দলীয় নেতা-কৰ্মীসকলক সম্বোধন কৰি শ্বাহে কয়, “এইবাৰ চৰকাৰ গঠন হ’লে উত্তৰ প্ৰদেশত UCC বলৱৎ কৰা হ’ব।

৪ / ৫

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে অনুষ্ঠিত এই বৈঠকত শ্বাহে BJP পুনৰ চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে।

৫ / ৫

বৈঠকত BJPৰ ৰাজ্যিক সভাপতি পংকজ চৌধুৰীয়েও আগন্তুক নিৰ্বাচনক ‘বিনাশ বনাম বিকাশ’ আৰু ‘জাতিবাদ বনাম ৰাষ্ট্ৰবাদ’ৰ যুঁজ হিচাপে অভিহিত কৰে।

২০২৭ত BJP জিকিলে উত্তৰ প্ৰদেশত UCC বলৱৎ কৰিম: অমিত শ্বাহ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক