উত্তৰ-পূৰ্বাঞ্চল

মোক আঁতৰাবলৈ BJPৰ একাংশ নেতাই ষড়যন্ত্ৰ কৰিছিল: এন বীৰেন সিং

NewzNow · ৩০ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁক পদৰ পৰা আঁতৰাবলৈ BJPৰ একাংশ নেতাই কংগ্ৰেছৰ সৈতে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰিছে।

২ / ৫

ইম্ফল, ৩০ অক্টোবৰ: মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা BJP নেতা এন বীৰেন সিঙে ৰাজ্যিক BJPৰ একাংশ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

৩ / ৫

PTIক দিয়া এক বিশেষ সাক্ষাৎকাৰত বীৰেন সিঙে কয় যে অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে BJP চৰকাৰে জনতাৰ হেৰুৱা আস্থা আৰু বিশ্বাস পুনৰ ঘূৰাই আনিবলৈ জৰুৰী পদক্ষেপ…

৪ / ৫

তেওঁৰ অভিযোগ, ২০১৭ চনৰ পৰাই ৰাজ্যিক BJPৰ একাংশ নেতাই তেওঁৰ সৈতে ভাল ব্যৱহাৰ কৰা নাছিল।

৫ / ৫

তেওঁ স্পষ্ট কৰি দিয়ে যে এই অভিযোগ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে নহয়, বৰং ৰাজ্যিক পৰ্যায়ৰ একাংশ নেতাৰ বিৰুদ্ধেহে।

মোক আঁতৰাবলৈ BJPৰ একাংশ নেতাই ষড়যন্ত্ৰ কৰিছিল: এন বীৰেন সিং

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক