অসম

তামুলপুৰত খেল মহাৰণ ৩.০ৰ ভিচিডিচি পৰ্যায়ৰ প্ৰতিযোগিতা উদ্বোধন

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত খেল মহাৰণ ৩.০ৰ ভিচিডিচি পৰ্যায়ৰ প্ৰতিযোগিতা উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

২ / ৫

তামুলপুৰ: ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শনিবাৰে বড়োলেণ্ড টেৰিট'ৰিয়েল অঞ্চলৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত খেল মহাৰণ ৩.০ৰ গ্ৰাম পৰিষদ উন্নয়ন সমিতি চমুকৈ ভিচিডিচি…

৩ / ৫

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা এই প্ৰতিযোগিতাৰ জৰিয়তে গ্ৰাম্য আৰু দুৰ্গম অঞ্চলসমূহৰ ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰাৰ লগতে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাত গুৰুত্ব দিয়া হৈছে।

৪ / ৫

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত আৰম্ভ হোৱা এই পদক্ষেপৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ত ক্ৰীড়া সংস্কৃতি শক্তিশালী কৰা আৰু উদীয়মান খেলুৱৈসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ দিয়া।

৫ / ৫

উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, তামুলপুৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসকে ধৰি আন বিশিষ্ট ব্যক্তি আৰু অংশগ্ৰহণকাৰীসকল উপস্থিত থাকে।

তামুলপুৰত খেল মহাৰণ ৩.০ৰ ভিচিডিচি পৰ্যায়ৰ প্ৰতিযোগিতা উদ্বোধন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক