অসম

কৃষক পঞ্জীয়নত গাফিলতি! নিলম্বিত হাইলাকান্দিৰ জিলা কৃষি বিষয়া

NewzNow · ৩০ অক্টোবৰ ২০২৬

১ / ৫

হাইলাকান্দি কৃষি বিভাগত আৰু কঠোৰ প্ৰশাসনিক ব্যৱস্থা।

২ / ৫

হাইলাকান্দি: কৃষক পঞ্জীয়নত চৰম গাফিলতিৰ অভিযোগত এইবাৰ নিলম্বিত হ'ল হাইলাকান্দিৰ জিলা কৃষি বিষয়া মনোজ কুমাৰ বৈশ্য।

৩ / ৫

উল্লেখ্য, বৃহস্পতিবাৰে কৃষি মন্ত্ৰী পীযূষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত জিলাখনত কৃষক পঞ্জীয়নৰ অগ্ৰগতি অতি হতাশাজনক বুলি প্ৰকাশ পাইছিল।

৪ / ৫

ইয়াৰ পূৰ্বে পাঁচগৰাকী কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধেও বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

৫ / ৫

অসম চৰকাৰৰ কৃষি বিভাগে ৩০ অক্টোবৰত জাৰি কৰা নিৰ্দেশনাযোগে তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ দিছে বিষয়াগৰাকীক।

কৃষক পঞ্জীয়নত গাফিলতি! নিলম্বিত হাইলাকান্দিৰ জিলা কৃষি বিষয়া

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক