বিটিচিয়ে ভূমিহীন পৰিয়াললৈ পট্টা বিতৰণৰ কাম ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লৈছে।
কোকৰাঝাৰ, ৭ নৱেম্বৰ: বিটিচি সচিবালয়ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ বৈঠকত ভূমিহীন পৰিয়াললৈ মাটিৰ পট্টা বিতৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ সিদ্ধান্ত…
বৈঠকৰ পাছত সংবাদমাধ্যমৰ আগত মহিলাৰীয়ে কয় যে, ইতিমধ্যে প্ৰায় ৮,০০০খন মাটিৰ পট্টা বিতৰণ কৰা হৈছে।
ভূমিহীন হিতাধিকাৰীসকলে ১০১ টকাৰ নামমাত্ৰ মাচুলত পট্টা লাভ কৰিব।
বৈঠকত চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়।
newznow.in