জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজত অখিল গগৈৰ পৰা সঁহাৰি নোপোৱাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিছে অধিবক্তা ৰাতুল বৰাই।
গুৱাহাটী, ৩১ অক্টোবৰ: ‘অখিল গগৈয়ে গছত উঠাই গুৰি কাটিছে!’ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ যুঁজক লৈ এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে গোচৰটোৰ প্ৰথম…
শুকুৰবাৰে নিজৰ বাসগৃহত অনুষ্ঠিত সংবাদমেলত ৰাতুল বৰাই কয় যে ২৫ অক্টোবৰত জুবিন ক্ষেত্ৰত অনুষ্ঠিত এখন প্ৰতিবাদী সভাত জুবিন গাৰ্গৰ ন্যায়ৰ আইনী যুঁজখন তেওঁৰ নেতৃত্বত আগবঢ়াই নিয়াৰ সিদ্ধান্ত…
কিন্তু পৰৱৰ্তী সময়ত অখিল গগৈৰ সৈতে যোগাযোগ কৰাত অসুবিধাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰে অধিবক্তাগৰাকীয়ে।
কেৱল অখিল গগৈয়েই নহয়, দুলু আহমেদেও তেওঁৰ ফোন ৰিচিভ কৰা নাই বুলি সংবাদমেলত অভিযোগ কৰে ৰাতুল বৰাই।
newznow.in