অসম

৬ নৱেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান আটাছুৰ

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

জিলা আয়ুক্ত মৃদুল যাদৱৰ অনুপস্থিতিত শিৱসাগৰ জিলা প্ৰশাসনৰ সৈতে আটাছুৰ আলোচনা বিফল হয়।

২ / ৫

শিৱসাগৰ, ৩১ অক্টোবৰঃ ঐতিহ্য সংৰক্ষণ আৰু যমুনাৰ বেদখল উচ্ছেদৰ দাবীত অহা ৬ নৱেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছে আটাছুৱে।

৩ / ৫

জানিব পৰা মতে, আজি শিৱসাগৰ জিলা প্ৰশাসনে আলোচনাৰ বাবে আটাছুৰ কেন্দ্ৰীয় নেতৃত্বক আমন্ত্ৰণ জনাইছিল।

৪ / ৫

আলোচনা বিফল হোৱাৰ পিছতে আটাছুৰ সভাপতি বসন্ত গগৈয়ে ৬ নৱেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনায়।

৫ / ৫

আটাছুৰ এই বন্ধৰ আহ্বানৰ পিছত বিষয়টোৱে শিৱসাগৰত নতুনকৈ চৰ্চা লাভ কৰিছে।

৬ নৱেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান আটাছুৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক