অসম

তেজপুৰত সযতনে সংৰক্ষিত ‘জয়মতী’ৰ দুৰ্লভ গ্ৰামোফোন ৰেকৰ্ড

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

তেজপুৰৰ শিল্পী প্ৰাঞ্জল বৰুৱাই জ্যোতিপ্ৰসাদ আগৰৱালা-বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘জয়মতী’সহ কেইবাখনো ঐতিহাসিক নাটকৰ ৰেকৰ্ড সংৰক্ষণ কৰি ৰাখিছে।

২ / ৫

তেজপুৰ: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই যুটীয়াভাৱে পৰিচালনা কৰা বিখ্যাত ‘সেনোলা ৰেকৰ্ড’ৰ প্ৰথমখন নাটক ‘জয়মতী’ৰ কেইবাখনো দুৰ্লভ গ্ৰামোফোন ৰেকৰ্ড আজিও সযতনে…

৩ / ৫

বৰুৱাই মাতৃৰ সূত্ৰে এই কালজয়ী সম্পদসমূহ লাভ কৰিছিল।

৪ / ৫

বৰুৱাৰ সংগ্ৰহত ‘জয়মতী’ৰ উপৰি ‘পাপৰি কবি’ গণেশ চন্দ্ৰ গগৈ প্ৰযোজিত নাটক ‘লাচিত’ৰ গ্ৰামোফোন ৰেকৰ্ডো আছে।

৫ / ৫

ইয়াৰ লগতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসৰ আধাৰত নাট্যকাৰ তথা অভিনেতা ব্ৰজনাথ শৰ্মাই ৰচনা আৰু প্ৰযোজনা কৰা নাটক ‘মনোমতী’ৰ ৰেকৰ্ডো তেওঁ সযতনে সংৰক্ষণ কৰি ৰাখিছে।

তেজপুৰত সযতনে সংৰক্ষিত ‘জয়মতী’ৰ দুৰ্লভ গ্ৰামোফোন ৰেকৰ্ড

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক