অসম

সকলো মন্ত্ৰীলৈ মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ, বৈঠকত আমন্ত্ৰণ জনাব লাগিব স্থানীয় বিধায়কক

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

ৰাজ্যৰ সকলো মন্ত্ৰীলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।

২ / ৫

গুৱাহাটী, ৩১ অক্টোবৰঃ ৰাজ্যৰ সকলো মন্ত্ৰীলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।

৩ / ৫

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, বিভিন্ন সমিতিৰ বৈঠকত স্থানীয় বিধায়কসকলক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

৪ / ৫

১. যিকোনো সমিতিৰ বৈঠক অনুষ্ঠিত কৰাৰ আগতে সংশ্লিষ্ট স্থানীয় বিধায়কক জ্ঞাত কৰিব লাগিব।

৫ / ৫

২. বাজেট অধিৱেশন বা চৰকাৰী কাৰ্যসূচীত মন্ত্ৰী উপস্থিত থাকিলে, তেনে স্থানীয় বিধায়ককো আমন্ত্ৰণ জনাই যথোচিত সন্মান প্ৰদৰ্শন কৰিব লাগিব।

সকলো মন্ত্ৰীলৈ মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ, বৈঠকত আমন্ত্ৰণ জনাব লাগিব স্থানীয় বিধায়কক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক