কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ৰ বাবে অসমৰ ১৯গৰাকী আৰক্ষী বিষয়া-কৰ্মচাৰী নিৰ্বাচিত হৈছে।
গুৱাহাটী, ৩১ অক্টোবৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ১৯গৰাকী আৰক্ষী বিষয়া আৰু কৰ্মচাৰী।
বিশেষ অভিযান শাখাত উল্লেখযোগ্য অৱদানৰ বাবে অসমৰ কেইবাগৰাকীও আৰক্ষী বিষয়াই এই সন্মান লাভ কৰিছে।
ইয়াৰ উপৰি অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত অনুৰাগ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক ব'জি তালুকদাৰ, পৰিদৰ্শক কমলেশ সিং, ভাস্কৰমণি পাটোৱাৰী, চন্দ্ৰজ্যোতি বৰা, বিক্ৰম বসুমতাৰী, শংকৰজ্যোতি নাথ আৰু কপিল…
আনহাতে, উপ-পৰিদৰ্শক ৰোহিত দাস, অংশুমান কলিতা, ভেজলী নাথ, জিতুমণি ৰাভা আৰু প্ৰণৱজ্যোতি ভট্টাচাৰ্যৰ লগতে সহকাৰী উপ-পৰিদৰ্শক আহমেদ আলী, লেন্স নায়ক কমল বড়ো আৰু কনিষ্টবল বৰুণ মেধিকো কেন্দ্ৰীয়…
newznow.in