অসম

দীপাৱলীৰ পাছত পুৱা ৩ বজাৰ পৰা জিএমচিৰ বিশেষ চাফাই অভিযান

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

দীপাৱলীৰ পাছত গুৱাহাটীত ৩ হাজাৰৰো অধিক পৰিচ্ছন্নতা কৰ্মীক নিয়োগ কৰি পুৱা ৩ বজাৰ পৰা বিশেষ অভিযান চলাব জিএমচিয়ে।

২ / ৫

গুৱাহাটী, ৮ নৱেম্বৰ: দীপাৱলীৰ পাছত নগৰখনত পৰি থকা কলগছ, ফটকাৰ আৱৰ্জনা আৰু অন্যান্য জাবৰ আঁতৰাবলৈ পুৱা প্ৰায় ৩ বজাৰ পৰা বিশেষ চাফা অভিযান আৰম্ভ কৰিব গুৱাহাটী পৌৰ নিগমে।

৩ / ৫

স্বচ্ছ কৰ্মী আৰু স্বচ্ছ সখীসকলে দীপাৱলীৰ পিছদিনা পুৱতি নিশাৰ পৰাই কাম আৰম্ভ কৰিব।

৪ / ৫

গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই জনায় যে, পুৱা ৩ বজাৰ পৰা অভিযান চলোৱা হ'ব।

৫ / ৫

গণেশগুৰি, পাল্টন বজাৰ আৰু ফাঁচী বজাৰৰ দৰে অঞ্চলত বিক্ৰেতাসকলে বিক্ৰী নোহোৱা কলগছ বিক্ৰীস্থলীতে এৰি থৈ যোৱাৰ ফলত আৱৰ্জনা জমা হয় বুলি মেয়ৰগৰাকীয়ে উল্লেখ কৰে।

দীপাৱলীৰ পাছত পুৱা ৩ বজাৰ পৰা জিএমচিৰ বিশেষ চাফাই অভিযান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক