অসম

৭ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত লীলাৱতী দাস সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

৭ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হ’ব লীলাৱতী দাস সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা।

২ / ৫

গুৱাহাটী, ৩১ অক্টোবৰঃ গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব প্ৰয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃ সংবাদমাধ্যম একক আৰু দ্বৈত কবিতা আবৃত্তি প্ৰতিযোগিতা।

৩ / ৫

প্ৰতিযোগিতাত একক আৰু দ্বৈত—দুয়োটা শাখা মিলি একোটা সংবাদ প্ৰতিষ্ঠানৰ পৰা সৰ্বাধিক ছগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

৪ / ৫

একক আবৃত্তি শাখাৰ বাবে আয়োজকে পাঁচটা কবিতা নিৰ্বাচন কৰিছে।

৫ / ৫

আনহাতে, দ্বৈত আবৃত্তি শাখাৰ বাবে নিৰ্বাচিত কবিতাকেইটা হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ ‘ইয়ে অগ্নি-বীণাৰ তান’, নলিনীবালা দেৱীৰ ‘জন্মভূমি’, ভূপেন হাজৰিকাৰ ‘ভাঙ্-শিল ভাঙ্’, প্ৰসন্নলাল চৌধুৰীৰ…

৭ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত লীলাৱতী দাস সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক