দেশ

দীপিকাৰ গেৰুৱা সাজক লৈ ‘KING’ ছবিৰ বিতৰ্ক! শ্বাহৰুখ খানক ‘জেহাদী’ আখ্যা বিজেপি বিধায়ক ৰবি নেগীৰ

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

শ্বাহৰুখ খানৰ আহিবলগীয়া ‘KING’ ছবিৰ ‘Tu Mil Jaaye’ গীতত দীপিকা পাডুকনে গেৰুৱা সাজ পৰিধান কৰাক লৈ আপত্তি প্ৰকাশ কৰিছে দিল্লীৰ বিজেপি বিধায়ক ৰবি নেগীয়ে।

২ / ৫

শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি ‘KING’ক লৈ নতুন বিতৰ্ক ।

৩ / ৫

দিল্লীৰ পটপৰগঞ্জ সমষ্টিৰ বিজেপি বিধায়ক ৰবীন্দ্ৰ সিং নেগী, যি ৰবি নেগী নামেৰে পৰিচিত, ‘Tu Mil Jaaye’ গীতটোৰ এটা দৃশ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।

৪ / ৫

নেগীৰ বক্তব্য অনুসৰি, দৃশ্যটো সলনি নকৰিলে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।

৫ / ৫

সাক্ষাৎকাৰত বিধায়কগৰাকীয়ে শ্বাহৰুখ খানক উদ্দেশ্যি সাম্প্ৰদায়িকভাৱে আপত্তিজনক মন্তব্য কৰে।

দীপিকাৰ গেৰুৱা সাজক লৈ ‘KING’ ছবিৰ বিতৰ্ক! শ্বাহৰুখ খানক ‘জেহাদী’ আখ্যা বিজেপি বিধায়ক ৰবি নেগীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক