দেশ

দীপাৱলীৰ বোনাছত ২০ কৰ্মচাৰীক ১ লাখতকৈ অধিককৈ নগদ ধন! নোটৰ বাণ্ডিল দেখি আৱেগিক হৈ পৰিল কৰ্মচাৰী

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

গুজৰাটৰ চুৰাটৰ মহাদেৱ ক্লথ চেণ্টাৰৰ স্বত্বাধিকাৰী ৰামস্বৰূপ মুণ্ডেই দীপাৱলীৰ উপহাৰ হিচাপে প্ৰতিষ্ঠানটোৰ ২০গৰাকী মহিলা কৰ্মচাৰীক প্ৰতিগৰাকীক এক লাখ টকাতকৈ অধিক নগদ ধন প্ৰদান কৰিছে।

২ / ৫

দীপাৱলীৰ বোনাছ হিচাপে কৰ্মচাৰীক মিঠাই, উপহাৰ বা অতিৰিক্ত দৰমহা দিয়াটো বহু প্ৰতিষ্ঠানৰ পৰম্পৰা।

৩ / ৫

চুৰাটৰ মটা বৰাছা অঞ্চলৰ মহাদেৱ ক্লথ চেণ্টাৰৰ স্বত্বাধিকাৰী ৰামস্বৰূপ মুণ্ডেই এই বিশেষ উপহাৰ আগবঢ়াইছে।

৪ / ৫

এই উপহাৰৰ মুঠ পৰিমাণ ২০ লাখ টকাতকৈ অধিক বুলি প্ৰকাশ পাইছে।

৫ / ৫

এই উপহাৰ প্ৰদানৰ পদ্ধতিটোৱেও বিশেষ চৰ্চা লাভ কৰিছে।

দীপাৱলীৰ বোনাছত ২০ কৰ্মচাৰীক ১ লাখতকৈ অধিককৈ নগদ ধন! নোটৰ বাণ্ডিল দেখি আৱেগিক হৈ পৰিল কৰ্মচাৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক