দেশ

নাছিকত সিংহস্থ কুম্ভমেলাৰ শুভাৰম্ভ, মূল পতাকা উত্তোলন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

মহাৰাষ্ট্ৰৰ নাছিক আৰু ত্ৰিম্বকেশ্বৰত আৰম্ভ হৈছে সিংহস্থ কুম্ভমেলাৰ উৎসৱ।

২ / ৫

নাছিক, ৩১ অক্টোবৰঃ মহাৰাষ্ট্ৰৰ নাছিক আৰু ত্ৰিম্বকেশ্বৰত আজিৰে পৰা আৰম্ভ হৈছে সিংহস্থ কুম্ভমেলাৰ উৎসৱ।

৩ / ৫

আনহাতে, ত্ৰিম্বকেশ্বৰৰ কুশাৱৰ্ত তীৰ্থত ধৰ্মধ্বজা উত্তোলন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে।

৪ / ৫

পতাকা উত্তোলনৰ পূৰ্বে ৰাষ্ট্ৰপতি মুৰ্মুৱে গংগা গোদাৱৰী মন্দিৰ আৰু ৰামকুণ্ডত পূজা-অৰ্চনা কৰে।

৫ / ৫

আকাশবাণীৰ বাতৰি অনুসৰি, দিনৰ ভাগত ৰাষ্ট্ৰপতি মুৰ্মুৱে ত্ৰিম্বকেশ্বৰলৈ গৈ ধ্বজস্তম্ভত দৰ্শন আৰু প্ৰণাম জনোৱাৰ কাৰ্যসূচী আছে।

নাছিকত সিংহস্থ কুম্ভমেলাৰ শুভাৰম্ভ, মূল পতাকা উত্তোলন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক