অসম

গণেশগুৰিৰ GS Roadৰ নিৰ্দিষ্ট অংশ ‘ফটকা নিষিদ্ধ এলেকা’ ঘোষণা! এজাক ঘনচিৰিকাৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

এজাক ঘনচিৰিকাৰ সুৰক্ষাৰ বাবে গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ GS Roadৰ এটা নিৰ্দিষ্ট অংশক ফটকা নিষিদ্ধ এলেকা ঘোষণা কৰিছে অসম আৰক্ষীয়ে।

২ / ৫

দীপাৱলীৰ আনন্দৰ মাজতে এজাক সৰু চৰাইৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে।

৩ / ৫

অসম আৰক্ষীৰ এই বিশেষ পদক্ষেপ অনুসৰি, গণেশগুৰিৰ লুই ফিলিপ বিপণিৰ পৰা এপ'ল’ হাস্পতাললৈকে GS Roadৰ নিৰ্দিষ্ট পথছোৱা ফটকা নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে।

৪ / ৫

এই পথছোৱাত যাতে কোনেও আতচবাজি বা ফটকা ফুটাই চৰাইবোৰক আতংকিত নকৰে, তাৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে।

৫ / ৫

গণেশগুৰিৰ এই অঞ্চলত এজাক ঘনচিৰিকাই আশ্ৰয় লৈ আছে।

গণেশগুৰিৰ GS Roadৰ নিৰ্দিষ্ট অংশ ‘ফটকা নিষিদ্ধ এলেকা’ ঘোষণা! এজাক ঘনচিৰিকাৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক