ৰাজনীতি

কংগ্ৰেছৰ অনুদান ৭৫ শতাংশ হ্ৰাস! ২০২৫-২৬ বৰ্ষত লাভ কৰিলে মাত্ৰ ১৩০.৭ কোটি টকা

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

২০২৫-২৬ বিত্তীয় বৰ্ষত কংগ্ৰেছে ২০ হাজাৰ টকাতকৈ অধিক পৰিমাণৰ অনুদান হিচাপে লাভ কৰিছে ১৩০.৭ কোটি টকা।

২ / ৫

নতুন দিল্লী, ৮ নৱেম্বৰ: কংগ্ৰেছৰ ২০ হাজাৰ টকাৰ ওপৰৰ ঘোষিত অনুদান ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰায় ৭৫ শতাংশ হ্ৰাস পাই ১৩০.৬৯ কোটি টকালৈ নামিছে।

৩ / ৫

২০২৪-২৫ত একে শিতানত কংগ্ৰেছে ৫১৭.৩৯ কোটি টকাৰ অনুদান লাভ কৰিছিল।

৪ / ৫

ইয়াৰ পূৰ্বে ২০১৫-১৬ত কংগ্ৰেছৰ ঘোষিত অনুদান প্ৰায় ৮৬ শতাংশ হ্ৰাস পাইছিল।

৫ / ৫

২০২৩-২৪ত কংগ্ৰেছৰ ঘোষিত অনুদানৰ পৰিমাণ আছিল ২৮১.৪৮ কোটি টকা।

কংগ্ৰেছৰ অনুদান ৭৫ শতাংশ হ্ৰাস! ২০২৫-২৬ বৰ্ষত লাভ কৰিলে মাত্ৰ ১৩০.৭ কোটি টকা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক