Men’s Asian Champions Trophyত জাপানক ৪-১ গ’লত পৰাস্ত কৰিলে ভাৰতে।
জলন্ধৰ, ৩১ অক্টোবৰঃ Men’s Asian Champions Trophyত জয়ৰ ধাৰা অব্যাহত ৰাখিছে ভাৰতে।
মেচখনত ভাৰতৰ হৈ অভিষেক নাইন আছিল অন্যতম সফল খেলুৱৈ।
আনহাতে, জাপানৰ হৈ শ্বোটা য়ামাডাই পেনাল্টি ষ্ট্ৰ’কৰ জৰিয়তে একমাত্ৰ গ’লটো দিয়ে।
এই জয়ৰ জৰিয়তে প্ৰতিযোগিতাত ভাৰতে এতিয়ালৈকে খেলা তিনিওখন মেচতে জয়লাভ কৰি নিজৰ অপৰাজিত যাত্ৰা অব্যাহত ৰাখিছে।
newznow.in