শিৱসাগৰৰ এখন গাঁৱত একেটা পাত্ৰত একেখিনি পানীত ১৩ মাহৰো অধিক কাল ধৰি এটা মাছ জীয়াই থকাক লৈ চৰ্চা চলিছে।
শিৱসাগৰ: এটা পাত্ৰ, একেখিনি পানী আৰু এটা মাছ।
প্ৰতিবেদন অনুসৰি, জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই মাছটো একেখিনি পানীতে ৰখা হৈছে।
মাছটোৰ এই আচৰণ আৰু একেখিনি পানীতে ইমান দিন জীয়াই থকাৰ দাবীয়ে স্থানীয় লোকৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে।
এই ব্যতিক্ৰমী দাবীক লৈ এতিয়া চৰ্চা চলিছে শিৱসাগৰৰ এখন গাঁৱত।
newznow.in