অসম

জনজাতীয় ভাষাৰ শিক্ষক নিযুক্তিৰ দাবী ইটছাৰ

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

ৰাভা, মিচিং, তিৱা, দেউৰী, ডিমাছা আৰু কাৰ্বি আদি ভাষাৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰি শিক্ষক নিযুক্তিৰ দাবী জনাইছে ইটছাই।

২ / ৫

গুৱাহাটী, ৮ নৱেম্বৰ: ৰাভা, মিচিং, তিৱা, দেউৰী, ডিমাছা, কাৰ্বি আদি ভাষাৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰি প্ৰতিখন বিদ্যালয়ত কমেও ২ জনকৈ জনজাতীয় ভাষাৰ শিক্ষক শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী…

৩ / ৫

পল্টনবজাৰস্থিত জনজাতি জিৰণী চ'ৰাত সংগঠনটোৰ সভাপতি গোবিন্দ টাইডৰ সভাপতিত্বত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই দাবী উত্থাপন কৰা হয়।

৪ / ৫

সভাত বড়ো ভাষাৰ মাধ্যম দ্বাদশ শ্ৰেণীলৈ আৰু গাৰো ভাষাৰ মাধ্যম দশম শ্ৰেণীলৈ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণৰ লগতে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমৰ নামত ইতিপূৰ্বে প্ৰস্তাৱিত মাটি আৱণ্টন দিয়াৰ…

৫ / ৫

অহা ২০২৭ চনৰ এপ্ৰিল মাহৰ ভিতৰত ইটছাৰ সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্তও সভাই গ্ৰহণ কৰে।

জনজাতীয় ভাষাৰ শিক্ষক নিযুক্তিৰ দাবী ইটছাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক