অসম

হাইলাকান্দিৰ মৃত্যুনাশিনী কালী মন্দিৰত দিনতেই কালী পূজা

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

হাইলাকান্দি জিলাৰ ঐতিহ্যমণ্ডিত মৃত্যুনাশিনী কালী মন্দিৰত ৰাতিৰ পৰিৱৰ্তে দিনৰ ভাগতেই কালী পূজা অনুষ্ঠিত হয়।

২ / ৫

হাইলাকান্দি: সাধাৰণতে নিশাৰ ভাগত অনুষ্ঠিত হয় কালী পূজা।

৩ / ৫

দিনৰ ভাগত কালী পূজা অনুষ্ঠিত কৰাৰ এই ব্যতিক্ৰমী পৰম্পৰাক লৈ মন্দিৰখনৰ বিশেষ পৰিচয় গঢ় লৈ উঠিছে।

৪ / ৫

কিন্তু হাইলাকান্দিৰ এখন ঐতিহ্যমণ্ডিত মন্দিৰত এই পৰম্পৰাৰ কিছু ব্যতিক্ৰম দেখা যায়।

৫ / ৫

ইয়াত নিশাৰ পৰিৱৰ্তে দিনৰ ভাগতেই অনুষ্ঠিত কৰা হয় মা কালীৰ পূজা।

হাইলাকান্দিৰ মৃত্যুনাশিনী কালী মন্দিৰত দিনতেই কালী পূজা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক